अर्थ : দুই বা ততোধিক দেশে পৰস্পৰৰ মাজত হোৱা যুদ্ধ ত্যাগ কৰি শান্তিৰ প্রয়াস চলোৱা এক অৱস্থা
उदाहरणे :
ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত হোৱা যুদ্ধবিৰতিৰ প্রচেষ্টা অথলে গʼল
समानार्थी : অস্ত্র বিৰতি, অস্ত্র-বিৰতি, অস্ত্রবিৰতি, যুদ্ধ বিৰতি, যুদ্ধ বিৰাম, যুদ্ধ-বিৰতি
अर्थ : যুদ্ধৰত দুটা দলৰ মাজত মাজত নির্ধাৰিত সময়ৰ কাৰণে যুদ্ধ বন্ধ ৰাখিবলৈ কৰা সন্ধি
उदाहरणे :
বিপক্ষই যুদ্ধবিৰতিৰ নিয়ম ভংগ কৰি আক্রমণ কৰিলে
समानार्थी : যুদ্ধবিৰাম