अर्थ : যি বিচাৰেৰে পূর্ণ
उदाहरणे :
তেওঁ ্ সদায় যুক্তিপূর্ণ ্ কথাই কয়
समानार्थी : বিচাৰপূর্ণ, যুক্তিসন্মত
अर्थ : যিটো যুক্তি বা তর্কৰে ভৰা
उदाहरणे :
মোহনৰ দৰে ভোদা ছাত্র এজনে গুৰুৰ প্রশ্নৰ যুক্তিপূর্ণ উত্তৰ দি সকলোকে আচৰিত কৰি তুলিলে
समानार्थी : তর্কপূর্ণ, তর্কযুক্ত, যুক্তিযুক্ত