सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি কোনো কাম কৰিবৰ বাবে সমর্থ
उदाहरणे : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল
समानार्थी : উচিত, উপযুক্ত, ঠিক, যথাযথ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য
अर्थ : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল
उदाहरणे :
समानार्थी : উচিত, উপযুক্ত, ঠিক, যথাযোগ্য, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ
अर्थ : যেনেকুৱা বস্তু তেনেকুৱাই থকা বা যʼত কোনো ধৰণৰ বিনির্মাণ বা লুক-ঢাক নাই
उदाहरणे : সাক্ষীয়ে ভয় খাই সঁ্চা কথা নকʼলে
समानार्थी : ঠিক, সঁ্চা, সত্য
अर्थ : যিটো বাস্তৱত আছে বা হৈছে
उदाहरणे : মই এইমাত্র এটা অবিশ্বাস্য কিন্তু ্সঁ্চা ঘটনা শুনিলোঁ
समानार्थी : অকল্পিত, অকাল্পনিক, অস্তিত্বশীল, অস্তিমান, প্রকৃত, বাস্তৱ, বাস্তৱিক, লৌকিক, সঁ্চা, সত্তাযুক্ত, সত্য, ্ পার্থিৱ
स्थापित करा