अर्थ : সৰু দুমুখীয়া জোং যিহেৰে হাতী চলোৱা হয় আৰু বশ কৰিবৰ কাৰণে ৰাখেহাতী চলাবলৈ আৰু বশ কৰিবলৈ ব্যৱহাৰ কৰা সৰু দুমুখীয়া জোং
उदाहरणे :
মেলাত মাউতে হাতীৰ মূৰত বাৰে বাৰে অংকুশেৰে প্রহাৰ কৰিছিল
समानार्थी :
অংকুশ, অঙ্কুশ, গজাকোঁহ, গজাঙ্কুশ, গুপ্তি, ডঠ, ডঠা, লাং চিং, হস্তীবাহ