सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : মৌ-মাখিয়ে ফুলৰ পৰা সংগ্রহ কৰি মৌচাকত সঞ্চিত কৰা ফলৰ ৰসৰ দৰে মিঠা বস্তু
उदाहरणे : মৌ বৰ উপকাৰী
समानार्थी : মধু, মৌৰস
अर्थ : ফুলৰ ৰস চুহি মৌ গোটোৱা এবিধ মাখিজাতীয় পতংগ
उदाहरणे : এই গছজোপাত মৌ-মাখিৰ বিচনী আছে
समानार्थी : পুষ্পলিহ, মধুকৰ, মধুপ, মধুপায়ী, মধুব্রত, মধুমক্ষিকা, মধুলিহ, মধুলেহ, মধুলেহী, মৌ-গুটি, মৌ-মাখি, মৌমাখি
स्थापित करा