सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দবাখেলৰ কোনো গুটি
उदाहरणे : তেওঁ বহুত ্চেষ্টা কৰি নিজৰ মোহৰাটো বচালে
अर्थ : অংকিত ৰেখা, দাগ, চিহ্ন আদিক এনেদৰে ঘঁ্হা যাতে ই থাকি নাযায়
उदाहरणे : শিক্ষকে ব্লেকবʼর্ডত লিখা আখৰবোৰ ডাস্তাৰে মোহাৰি আছে
अर्थ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে
उदाहरणे :
समानार्थी : ঘূৰা, ঘূৰোৱা, পকা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া
अर्थ : ঘঁহি-পিহি ধূলি বা ময়লা আদি চফা কৰা কার্য
उदाहरणे : তেওঁ নতুন কাপোৰখনেৰে গাড়ী মচিছে
समानार्थी : মচা, মজা
स्थापित करा