सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : মোহ বা ভ্রমত পৰা
उदाहरणे : ভগৱানৰ মোহিনী ৰূপ দেখি নাৰদ মুনি মুগ্ধ হʼল
समानार्थी : মুগ্ধ, মোহাবিষ্ট
अर्थ : যি কিহবাৰ প্রতি অত্যধিক অনুৰক্ত
उदाहरणे : সংসাৰৰ বস্তুবোৰে মানুহৰ মনক আসক্ত কৰি ক্ষণিকৰ বাবেহে সুখ প্রদান কৰে
समानार्थी : আসক্ত, মুগ্ধ, মোহাবিষ্ট, ৰক্ত
स्थापित करा