अर्थ : নগৰৰ ৰক্ষা আৰু ব্যৱস্থাপনা কৰা এজন প্রাচীন বিষয়া
उदाहरणे :
প্রাচীন কালত নগৰপাল নগৰৰ সকলোতকৈ ডাঙৰ বিষয়া আছিল
समानार्थी : নগৰপাল
अर्थ : প্রধান নগৰপালিকা
उदाहरणे :
শ্রীচন্দন শর্মাই পাঁচ বছৰৰ কাৰণে মেয়ৰ হিচাপে নিযুক্তি লাভ কৰিছে