पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মৃতপ্রায় शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মৃতপ্রায়   বিশেষণ

अर्थ : যি মৃত্যুৰ একেবাৰ ওচৰত আছে

उदाहरणे : তেওঁ নিজৰ মৃতপ্রায় বৃদ্ধ দেউতাকৰ যথেষ্ট সেৱা কৰি আছে

समानार्थी : মুমূর্ষু, ্মৰণাসন্ন

अर्थ : গুৰুতৰ ভাবে আহত বা যি মৃত্যুৰ নিচেই ওচৰত আছে

उदाहरणे : গাঁওবাসীয়ে চোৰটোক মাৰি-মাৰি আধামৰা কৰিলে

समानार्थी : আধামৰা, আধাসাৰি, আসন্নমৃত্যু, ওষ্ঠাগতপ্রাণ, কণ্ঠাগতপ্রাণ, ক্ষীণশ্বাস, জীৱন্মৃত, মুমূর্ষু, মৃতকল্প, মৰণ-কাতৰ, মৰণান্তিক, মৰণোন্মুখ, ্অর্ধমৃত, ্মৰণাপন্ন

चौपाल