पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মূল্য शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মূল্য   বিশেষ্য

अर्थ : মানদণ্ডৰ আধাৰত কৰা কোনো বস্তু আদিৰ মহত্ত্ব

उदाहरणे : নৈতিক মূল্যৰ দিনে-দিনে অৱনতি ঘটিবলৈ লৈছে

अर्थ : কোনো বস্তু কিনিলে বা বেচিলে তাৰ সলনি দিবলগীয়া ধন:এই গাড়ীখনৰ দাম কিমান?

उदाहरणे :

समानार्थी : দাম, দৰ, নিৰিখ, বেচ, ভাও, হাৰ

अर्थ : কোনো কথা বা সিদ্ধান্ত মানি লোৱা কার্য ্বা ভাব

उदाहरणे : পুৰণি মূল্যবোধক আজিৰ প্রজন্মই বিশ্বাস নকৰে

समानार्थी : বিচাৰধাৰা, মূল্যবোধ

अर्थ : কোনো বস্তুৰ আপেক্ষিক শ্রেষ্ঠতা, উপযোগিতা বা আদৰ বঢ়োৱা বা কমোৱা বিষয়

उदाहरणे : জ্ঞানৰ মহত্ত্ব সকলোতে দেখিবলৈ পোৱা যায়

समानार्थी : গৌৰৱ, গৰিমা, মহত্ত্ব, মাহাত্ম্য

अर्थ : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়

उदाहरणे : হীৰাৰ মূল্য জহুৰীয়েহে জানে

समानार्थी : দাম

चौपाल