अर्थ : সূতা, ৰেচম আদিৰ গুচ্চ
उदाहरणे :
শিশুৰ কাৰণে চুৱেটাৰ গুঁঠিবলৈ কেই মুঠি ঊণ লাগিব
समानार्थी : মুঠা
अर्थ : মুঠিত অহা পৰিমাণৰ বস্তু
उदाहरणे :
তেওঁ ্চাউলৰ পৰা তিনি-চাৰি মুঠি উলিয়াই ভিক্ষাৰীক দিলে
अर्थ : হাতৰ আঙুলিবোৰ কোঁচাই হাতৰ তলুৱাত হেঁচি ধৰা হাতৰ মুদ্রা বিশেষ
उदाहरणे :
লʼৰাটোৱে পইচাটো নিজৰ হাতৰ মুঠিত ৰাখি থৈছে