सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পাতল হোৱা অৱস্থা বা ভাব
उदाहरणे : চিফনৰ কাপোৰ মিহি হয়
समानार्थी : পাতল
अर्थ : যʼত কলা নিপুণতা বা সূক্ষ্মতা ফুটি উঠে
उदाहरणे : ৰেচমী কুর্তাটোত মিহি চিলাই কৰা হৈছে
समानार्थी : সূক্ষ্ম
अर्थ : যাৰ স্থূলতা বা ব্যাস কম
उदाहरणे : এই কাপোৰখন বৰ পাতল
अर्थ : উচ্চ আৰু তীব্র শ্্ব্দ
उदाहरणे : শীলাৰ মাতটো বহুত মিহি
समानार्थी : মিহি মাত
अर्थ : যিটো খহটা নহয়
उदाहरणे : বাঢ়ৈজনে পাটচটা মিহি কৰি আছে
समानार्थी : নিমজ
अर्थ : কথা কোৱা, গান গোৱা আদিত যাৰ মধুৰ স্বৰ আছে
उदाहरणे : গীতাই সুৰীয়া মাতে মাতেৰে সৰস্বতী বন্দনা কৰিছে
समानार्थी : মধুৰ, মিঠা, মৌ-বৰষা, শুৱলা, শ্রুতিমধুৰ, সুকণ্ঠী, সুললিত, সুৰধর্মী, সুৰীয়া, সুৱদি
स्थापित करा