सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : এটা বস্তুত আন বস্তু বা বিভিন্ন বস্তু ঢালি সকলো একেলগ কৰা
उदाहरणे : গোৱালে গাখীৰত পানী মিহলায় দোকানীয়ে জালুকত অমিতাৰ গুটি মিলায়
समानार्थी : মিলা, মিলোৱা, মিহলোৱা
अर्थ : কিহবাৰ সৈতে মিলি থকা কার্য
उदाहरणे : তেল পানীত কেতিয়াও নিমিহলে
समानार्थी : এক হোৱা, মিশ্রিত হোৱা, মিহলি কৰা, মিহলি হোৱা, সংমিশ্রিত হোৱা
स्थापित करा