सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কিহবাৰ সৈতে মিলি থকা বা যুক্ত হোৱা
उदाहरणे : দাইল, চাউল, ৰুটি, আঞ্জা, চালাদ আদি মিশ্রিত আহাৰ স্বাস্থ্য উপযোগী ঈশ্বৰ দৃশ্য-অদৃশ্য সকলোতে মিলিত হৈ থাকে
समानार्थी : অন্বিত, মিশ্রিত, যুক্ত
अर्थ : যাৰ সমন্বয় সাধন হৈছে
उदाहरणे : এই সমন্বিত সংস্থাটো যিকোনো সময়তে ভাঙি থাকিব পাৰে
समानार्थी : সমন্বিত
स्थापित करा