सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : এক ঘণ্টাৰ ষাঠি ভাগৰ এভাগ বা ষাঠি ছেকেণ্ডৰ সময়
उदाहरणे : আমি দহ মিনিট ধৰি আপোনাৰ অপেক্ষা কৰি আছোঁ
अर्थ : এক মিনিটত যিমান দূৰ যোৱা হয়, সিমান
उदाहरणे : ইয়াৰ পৰা মোৰ ঘৰলৈ দহ মিনিটৰ বাট
अर्थ : অনিশ্চিত কম সময়
उदाहरणे : আপুনি এখন্তেক ৰওক মই এক চেকেণ্ডত আহিম
समानार्थी : ক্ষণ, খন্তেক, চেকেণ্ড
स्थापित करा