पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মাৰাঠী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মাৰাঠী   বিশেষ্য

अर्थ : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ ভাষা

उदाहरणे : ভালেমান বছৰ ধৰি মুম্বাইত থকাৰ কাৰণে তেওঁ ্মাৰাঠীটো কথা পাতিব পাৰে

समानार्थी : মাৰাঠী ভাষা

अर्थ : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ নিবাসী

उदाहरणे : কেইবাজনো মাৰাঠী মোৰ ভাল বন্ধু

समानार्थी : মহাৰাষ্ট্রী

মাৰাঠী   বিশেষণ

अर्थ : মহাৰাষ্ট্রত থকা বা বসতি কৰা

उदाहरणे : সন্ত টুকাৰামৰ মাৰাঠী জনসাধাৰণৰ ওপৰত বিশেষ ধৰণৰ প্রভাৱ আছে

समानार्थी : মহাৰাষ্ট্রী

अर्थ : যাৰ মাতৃভাষা মাৰাঠী

उदाहरणे : তাত্যাপাৰাত মাৰাঠী লোকৰ সংখ্যাগৰিষ্ঠতা আছে

अर्थ : মাৰাঠী ভাষাৰ সৈতে সম্বন্ধ থকা

उदाहरणे : মাৰাঠী সাহিত্য বহু বিকশিত আৰু উন্নত

अर्थ : মহাৰাষ্ট্রৰ সৈতে সম্বন্ধ থকা বা মহাৰাষ্ট্রৰ

उदाहरणे : নেতাগৰাকীয়ে পৰম্পৰাগত মাৰাঠী বেশ-ভূষা পৰিধান কৰি মঞ্চত উঠিলে

चौपाल