अर्थ : বেতন বা পাৰিশ্রমিকৰ বিনিময়ত কাৰোবাক কার্যালয় বা কাৰখানাত কাম দিওঁতা ব্যক্তি
उदाहरणे :
মালিকে কর্ম্্চাৰীৰ দাবী পূৰণ কৰিবলৈ অমান্তি হʼল
अर्थ : ঘৰৰ মূল মানুহ
उदाहरणे :
গৃহস্থৰ ওপৰতে গোটেই পৰিয়ালৰ দায়িত্ব থাকে
समानार्थी : গৃহপতি, গৃহস্থ, গৃহস্বামী, ঘৰৰ মালিক, পৰিয়ালৰ মুৰব্বী