अर्थ : মালাবাৰৰ অধিবাসী
उदाहरणे :
মন্দিৰত মালায়ালী আয়াপ্পা পূজা বৰ উলহ-মালহেৰে পালন কৰা হৈছে
समानार्थी : মালায়ালি
अर्थ : মালাবাৰৰ সৈতে সম্বন্ধ থকা বা মালাবাৰৰ
उदाहरणे :
কথাকলি একপ্রকাৰৰ মালায়ালী লোক-নৃত্য
अर्थ : মালাবাৰত থকা বা বসতি কৰা
उदाहरणे :
শীলাই এজন মালায়ালী লʼৰাৰ সৈতে বিয়াত বহিল