सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ধুনিয়া ফুলৰ এডাল লতা
उदाहरणे : মোৰ ফুলনিত মালতীও ফুলি আছে
समानार्थी : মধুমালতী
अर्थ : এক প্রকাৰৰ সৰু চানেকীয়া বগা ৰঙৰ সুগন্ধি ফুল
उदाहरणे : তেওঁৰ ঘৰৰ সন্মুখ আহি পোৱাৰ লগে লগে মালতী ফুলৰ সুগন্ধি আহি নাকত লাগেহি
समानार्थी : নেৱালি, নেৱালী, নৱমল্লিকা
स्थापित करा