अर्थ : কাঁচ, মাটি আদিৰে তৈয়াৰী সৰু গোলাকাৰ খেলৰ সামগ্রী, যিটো সৰু লʼৰা-ছোৱালীয়ে খেলি ভাল পায়
उदाहरणे :
সৰু লʼৰা-ছোৱালীবোৰে মার্বল খেলি আছে
समानार्थी : বিৰিংগুটি
अर्थ : এবিধ খুউব উজ্জ্বল, ধুনীয়া বগা পাথৰ
उदाहरणे :
তাজমহল মার্বল ্ পাথৰেৰে নির্মিত
समानार्थी : মর্মৰ প্রস্তৰ, মার্বল ্পাথৰ