पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মাফ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মাফ   বিশেষ্য

अर्थ : যি মনোবৃত্তিৰ দ্বাৰা মানুহে আনৰ পৰা পোৱা কষ্ট সহি লয় আৰু তাৰ প্রতিকাৰ বা দণ্ডৰ কাৰণে কোনো আগ্রহ প্রকাশ নকৰে

उदाहरणे : ক্ষমা বীৰৰ ভূষণ স্বৰূপ ৰামে নিজৰ ভায়েকৰ হত্যাকাৰীক ক্ষমা কৰি দিলে

समानार्थी : ক্ষমা, খেমা, দোষমর্ষণ, মার্জ্জ্্না, মার্জ্্না

মাফ   বিশেষণ

अर्थ : ক্ষমা কৰা

उदाहरणे : আপোনাৰ সকলো অপৰাধ মাফ কৰা হৈছে

चौपाल