सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো কামত বা কথাত মানা কৰা
उदाहरणे : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ
समानार्थी : নামঞ্জুৰ, নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, হাক, হাক-বচন
अर्थ : স্বীকাৰ নকৰাৰ ভাব বা কার্য
उदाहरणे : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
समानार्थी : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান
अर्थ : ভাল নোপোৱা কোনো বস্তু, ব্যক্তি বা পৰিস্থিতিক নিবিচৰা স্বত্বেও স্বীকাৰ কৰি লোৱা:বিয়াৰ পিছত শীলাই বহুত দিনলৈকে শহুৰেকৰ ঘৰৰ অত্যাচাৰ সহ্য কৰি থাকিল নিজৰ ভনীয়েকৰ কাৰণেই তেওঁ সকলো অপমান মানি লʼলে
उदाहरणे :
समानार्थी : মানি লোৱা, সহা, সহ্য কৰা
अर्थ : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা
उदाहरणे : ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়
समानार्थी : স্বীকাৰ কৰা, স্বীকৃতি দিয়া
अर्थ : যাক নিষেধ কৰা হৈছে
उदाहरणे : এই বিলত ্সাঁতোৰাত বাধা আছে
समानार्थी : নিষিদ্ধ, নিষেধিত, বর্জিত, বাধা
स्थापित करा