सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পঢ়া-শুনাৰ ক্ষেত্রত তলৰ আৰু ওপৰৰ স্তৰ
उदाहरणे : তুমি কোন শ্রেণীত পঢ়া ?
समानार्थी : কক্ষা, ক্লাছ, শ্রেণী
अर्थ : বহু তৰপীয়া ঘৰৰ ওপৰ-তল হিচাপত সজা কোঠাৰ স্তৰ
उदाहरणे : মোৰ ঘৰ সাত নম্বৰ মহলাত আছে
समानार्थी : তলা, ফ্লʼৰ
स्थापित करा