सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ
उदाहरणे : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়
समानार्थी : নি্র্যাস, ৰস
अर्थ : যি প্রবল নহয়
उदाहरणे : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম
समानार्थी : অধম, অপ্রবল, কম, নিকৃষ্ট, প্রবলতাহীন, বেয়া
अर्थ : ভালৰ ওলোটা বা বিপৰীত
उदाहरणे : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
समानार्थी : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া
अर्थ : যাৰ শক্তি আৰু গতি কমি গৈছে
उदाहरणे : তেওঁ ধীৰ গতিৰে গাড়ী চলাই আছে
समानार्थी : ধীৰ, মন্থৰ, মেদা, লেদা, লেহেম, শ্লথ
स्थापित करा