अर्थ : শান্ত হৈ পৰা এক অৱস্থা
उदाहरणे :
জলবায়ু অতি গৰম যদিও বতাহ শান্ত হৈ পৰিছে
समानार्थी : শান্ত হোৱা
अर्थ : কথা নোকোৱা বা কথা নপতা
उदाहरणे :
কাজিয়াখনৰ পৰা পৰিত্রাণ পাবৰ কাৰণে তেওঁ ্ মৌন হৈ ৰʼল
समानार्थी : অমাত হোৱা, চুপ থকা, চুপ-চাপ থকা, চুপে-চাপে থকা, নিমাত হোৱা, নিমাতে থকা, নীৰৱ হোৱা, মূক হোৱা, মৌন হোৱা