पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মনা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মনা   ক্ৰিয়া

अर्थ : মানি লোৱা

उदाहरणे : ঠেহ পতা ৰাণীয়ে মানিলে

अर्थ : কাৰোবাৰ প্রতি আদৰৰ ভাব ৰখা

उदाहरणे : মই তেখেতক বহুত মানো

अर्थ : সহমত হোৱা

उदाहरणे : মই আপোনাৰ কথা স্বীকাৰ কৰোঁ

समानार्थी : মানি চলা, স্বীকাৰ কৰা, ৰাজি হোৱা

अर्थ : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা

उदाहरणे : মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ

समानार्थी : মানি লোৱা, স্বীকাৰ কৰা

अर्थ : ধর্মীয় দৃষ্টিৰে কোনো কথাৰ ওপৰত শ্রদ্ধা বা দৃষ্টি ৰখা

उदाहरणे : মই নিৰাকাৰ ঈশ্বৰক মানো

अर्थ : মহত্ত্ব বুজি পোৱা

उदाहरणे : এতিয়া মানিবই লাগিব যে তুমি গার্হস্থ্য-বিজ্ঞানৰ অভিজ্ঞ লোক

चौपाल