सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যৌৱন আৰু বৃদ্ধ অৱস্থাৰ মাজৰ সময়ছোৱাৰ ব্যক্তি
उदाहरणे : এজন প্রৌঢ়লোকে দৌৰি যোৱা চোৰটোক ধৰিলে
समानार्थी : আদবয়সীয়া, প্রৌঢ়, মধ্যবয়স্ক
अर्थ : বৃদ্ধাৱস্থা আৰু যৌৱনকালৰ মাজৰ অৱস্থা
उदाहरणे : আমাৰ অধ্যাপিকা এগৰাকী আদহীয়া মহিলা
समानार्थी : আদহীয়া, প্রৌঢ়
स्थापित करा