सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : চেনি আৰু মৌৰ দৰে সোৱাদৰ
उदाहरणे : এই ফলটো বৰ মিঠা
समानार्थी : মিঠা, মিষ্ট, শার্কৰ, সুমিষ্ট, ্মৌ-সনা
अर्थ : কথা কোৱা, গান গোৱা আদিত যাৰ মধুৰ স্বৰ আছে
उदाहरणे : গীতাই সুৰীয়া মাতে মাতেৰে সৰস্বতী বন্দনা কৰিছে
समानार्थी : মিঠা, মিহি, মৌ-বৰষা, শুৱলা, শ্রুতিমধুৰ, সুকণ্ঠী, সুললিত, সুৰধর্মী, সুৰীয়া, সুৱদি
अर्थ : মন ভাল লগাব পৰা
उदाहरणे : বিদেশীসকলে কিছুমান মিঠা স্মৃতি আমাৰ মাজত এৰি গৈছে
समानार्थी : মিঠা
स्थापित करा