अर्थ : যাৰ বুদ্ধি আৰু বোধশক্তি অধিক
उदाहरणे :
বুদ্ধিমানৰ সংগত থাকি থাকি তুমিও বুদ্ধিমান হৈ পৰিবা
समानार्थी : ধীমান, ধীসম্পন্ন, বুদ্ধিমন্ত, বুদ্ধিমান, বুদ্ধিশালী, মেধাবান, মেধাবী, মেধাযুক্ত, মেধাৱান, মেধাৱী
अर्थ : যিজন বুদ্ধি আৰু বোধশক্তি সম্পন্ন
उदाहरणे :
বুদ্ধিমান লোকে কাৰো সৈতে অযথা তর্ক নকৰে
समानार्थी : ধীমান, ধীসম্পন্ন, বুদ্ধিমন্ত, বুদ্ধিমান, বুদ্ধিশালী, বুধিয়ক, মেধাবী