सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বিষয় আদিত প্রকাশ কৰা কাৰোবাৰ নিজৰ বিচাৰ বা সন্মতি
उदाहरणे : সকলোৰে বিচাৰত এই কামটো ভাল হৈছে
समानार्थी : বিচাৰ, ৰায়
अर्थ : ঋষি আদিৰ মান্য উপদেশ
उदाहरणे : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে
समानार्थी : বাদ, সিদ্ধান্ত
अर्थ : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়
उदाहरणे : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল
समानार्थी : বাদ, মতবাদ, সিদ্ধান্ত
अर्थ : মনত উদয় হোৱা কথা
उदाहरणे : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত
समानार्थी : খিয়াল, খেয়াল, বিচাৰ
स्थापित करा