पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মণ্ডল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মণ্ডল   বিশেষ্য

अर्थ : সূর্য ্বা চন্দ্রৰ চাৰিওফালে দেখা পোৱা ঘেৰা

उदाहरणे : সূর্য মণ্ডলত ্ভালেমান গ্রহে পৰিভ্রমণ কৰে

अर्थ : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ

उदाहरणे : তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা

समानार्थी : পৰিধি

अर्थ : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

उदाहरणे : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে

समानार्थी : দল, মণ্ডলী, সংগঠন

अर्थ : ভূগোলত গৰম-ঠাণ্ডাৰ বিচাৰ কৰি পৃথিৱীক ্পাঁচ ভাগত বিভক্ত কৰা ভাগৰ এটা ভাগ

उदाहरणे : উত্তৰ মেৰু শীতোষ্ণ অঞ্চলত পৰে

चौपाल