अर्थ : মণিপুৰত কোৱা ভাষা
उदाहरणे :
তেওঁলোক দুয়োজনে মণিপুৰীত কথাপাতি আছে
अर्थ : মণিপুৰৰ অধিবাসী
उदाहरणे :
আজি ৰঙ্গমঞ্চত মণিপুৰী সকলৰ নৃত্য আছিল
अर्थ : মণিপুৰত থকা বা বসতি কৰা
उदाहरणे :
কাইলৈ আমাৰ কলেজলৈ মণিপুৰী ডাক্তৰৰ এটা দল আহিব
अर्थ : মণিপুৰৰ সৈতে সম্বন্ধ থকা
उदाहरणे :
আমি মণিপুৰী নৃত্য চাবলৈ গৈছিলোঁ
अर्थ : মণিপুৰী ভাষাত ৰচিত
उदाहरणे :
তুমি মোক মণিপুৰী সাহিত্যৰ বিষয়ে কিবা খবৰ দিব পাৰিবা নেকি ?