पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মঞ্জুৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মঞ্জুৰ   বিশেষ্য

अर्थ : কোনো কথা বা বিচাৰত উপস্থিত বা সম্বন্ধ থকা সকলো লোকে একেটা কথাতে সন্মতি দিয়া এক পৰিস্থিতি

उदाहरणे : সর্বসন্মতিৰে ৰামক এই সংস্থাটোৰ সচিব নি্র্বাচন কৰা হৈছে

समानार्थी : অনুমোদন, সমর্থন, সর্বসন্মতি

अर्थ : নিজৰ কৰা বা গ্রহণ কৰা কার্য

उदाहरणे : বিবাহৰ দুবছৰ পিছতো বৰুণে নিজৰ পত্নীক স্বীকাৰ কৰিব নোৱাৰিলে

समानार्थी : গ্রহণ, স্বীকাৰ

মঞ্জুৰ   বিশেষণ

अर्थ : যাৰ সহমত লাভ কৰিছে

उदाहरणे : চৰকাৰৰ দ্বাৰা স্বীকৃত এই আঁচনিখন অতি সোনকালে আৰম্ভ হʼব

समानार्थी : অনুমোদনপ্রাপ্ত, অনুমোদিত, সমর্থন্্প্রাপ্ত, স্বীকৃত

चौपाल