अर्थ : পৰিশ্রম কৰাৰ বিনিময়ত বা পাৰিতোষিক হিচাপে দিয়া বিশেষ ধন
उदाहरणे :
উচিত পাৰিশ্রমিক নোপোৱাৰ কাৰণে শ্রমিকে হৰতাল কৰি আছে
समानार्थी : পাৰিশ্রমিক
अर्थ : মজদুৰে পোৱা পাৰিশ্রমিক
उदाहरणे :
তেওঁ প্রতিদিন এশ টকা মজুৰি লয়
अर्थ : পাৰিশ্রমিকৰ দান
उदाहरणे :
ঠিকাদাৰে খান্তাটোৰ মজুৰি এহেজাৰ টকা বিচাৰিছে
समानार्थी : পাৰিশ্রমিক, বানচ