अर्थ : নিজকে আনতকৈ বহুত বেছি যোগ্য, সমর্থ ্ বা জনা বুলি দেখুওৱা ভাব:অহংকাৰে মানুহৰ পতন আনে
उदाहरणे :
समानार्थी : অতিমান, অতি্দর্প, অস্মিতা, অহংকাৰ, অহংভাব, অহমিকা, আত্মম্ভ, আত্মম্ভৰিতা, আস্পর্দ্ধা, ওফাইদাং, ওৱাইদং, ঔদ্ধত্য, কেৰামত, কেৰামতালি, গণ্ডপ, গপ, গপ-ভেম, গপাগপি, গর্ব্ব, গর্ব্বভ্াব, গহ, গোমঠালি, গোলাপ, টকচালি, টিংখোপ, ডাঙ্কোপ, তমতমি, তায়া, দম্ভ, দর্প, দাম্ভিকতা, ধৃষ্টতা, পায়তাৰা, ফাতিহা, ফিতাহি, ফুটনি, ফোপ-যহ, ফৰমাহি, বেয়াদপি, বৰকথা, বৰমতা, বৰমতালি, বৰাই, ভেম, ভৰক, ভৰকনি, মতগর্ব, মতমতনি, মহত, মহতালি, হুমঠালি, ্ দম্ভালি, ্ ফর্মাহি
अर्थ : নিজৰ খেয়াল-খুচিমতে অধিকাৰৰ প্রয়োগ কৰা
उदाहरणे :
ইংৰাজৰ মইমতালিত ভাৰতীয় জনতা অতীষ্ঠ হৈ পৰিছিল
समानार्थी : স্বেচ্ছাচাৰিতা
अर्थ : আনে নিবিচাৰিলেও নিজৰ ইচ্ছানুসৰি কোনো কাম আদি কৰা বা কৰোৱা কার্য
उदाहरणे :
তোমাৰ মইমতালি ইয়াত নচলিব
समानार्थी : যথেচ্ছাৰিতা, স্বেচ্ছাচাৰ, স্বৈৰাচাৰ