पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील মংগলময় शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

মংগলময়   বিশেষ্য

अर्थ : ধর্ম ্ গ্রন্থৰ দ্বাৰা স্বীকৃত এক সর্ব্বোচ্চ সত্তা, যি সৃষ্টিৰ গৰাকী

उदाहरणे : ভগৱান সকলোতে আছে ঈশ্বৰ সর্বমংগলময়

समानार्थी : ইচ্ছাময়, ঈশ্বৰ, ওপৰৰজনা, কৰুণাময়, চিন্তামণি, জগজীউ, জগজীৱ, জগতস্রষ্টা, জগদীশ, জগদীশ্বৰ, জগৎপতি, জগৎপিতা, ত্রিজগতপতি, ত্রিলোকপতি, দয়াময়, ধাতা, নিয়ন্তা, নিৰাকাৰ, নেদেখাজনা, প্রভু, পৰমপিতা, পৰমব্রহ্ম, পৰমাত্মা, পৰমানন্দ, পৰমেশ্বৰ, পৰাৎপৰ, বিধাতা, বিধাতাপুৰুষ, বিভু, ভগৱান, ভবেশ, ভুৱনেশ্বৰ, সৃষ্টি্কর্তা, ্অন্তর্যামী, ্জগৎকর্তা, ্সনাতন, ্সর্বমঙ্গলময়

মংগলময়   বিশেষণ

अर्थ : কল্যাণ কৰোতা

उदाहरणे : সাধুজনৰ উপদেশ কল্যাণকাৰী

समानार्थी : কল্যাণকাৰী, কল্যাণপ্রদ, কল্যাণময়, মংগলকাৰক, মংগলকাৰী, মংগলজনক, মংগলদায়ক, মংগলপ্রদ, মঙ্গলকাৰী, হিতকাৰক, হিতকাৰী, হিতকৰ

चौपाल