सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাৰোবাৰ ভালৰ কাৰণে কাৰোবাৰ দ্বাৰা বা আন কোনো প্রকাৰেৰে হোৱা কার্য
उदाहरणे : সকলোৰে মংগল হোৱা কাম কৰা উচিত
समानार्थी : কল্যাণ, ভাল, লাভ, হিত
अर्थ : কুশল হোৱাৰ অৱস্থা বা ভাৱ
उदाहरणे : সকলোৰে মংগল ভগৱানৰ হাতত আছে
समानार्थी : কল্যাণ, কুশল
अर्थ : সুখ, সমৃদ্ধি তথা কুশলতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা
उदाहरणे : সকলোৰে কল্যাণ হোৱাকৈ কাম কৰা উচিত
समानार्थी : কল্যাণ, ভাল, মঙ্গল, শুভ
स्थापित करा