सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দীঘল ফিচা থকা আৰু চালি ধৰিব পৰা এবিধ অতি ধুনীয়া চৰাই
उदाहरणे : মʼৰা ভাৰতৰ ৰাষ্ট্রীয় চৰাই
समानार्थी : কলাপী, কেকী, বর্হিন, বর্হী, মʼৰা চৰাই, ময়ুৰ, শিখণ্ডী, শিখাধৰ, শিখাবল, সর্পহিংসক, সিতাপাঙ্গ
अर्थ : মʼৰা চৰাইৰ মাইকী
उदाहरणे : এই চিৰিয়াখানাত এজনীও মাইকী মʼৰা নাই
समानार्थी : মাইকী মʼৰা, মাইকী ময়ূৰ, ময়ূৰী
स्थापित करा