अर्थ : কোনো বস্তু আদিৰ খালী ঠাইৰ কোনো অংশ বস্তুৰে পূর্ণ ্হোৱা
उदाहरणे :
বৰষুণৰ পানীৰে পুখুৰীটো ভৰি গʼল
समानार्थी : ভৰি যোৱা
अर्थ : কাৰোবাক ভৰিবলে প্রবৃত্ত কৰোৱা
उदाहरणे :
পুথি্ভঁ্ৰালৰ কিতাপ সময়ত ঘূৰাই নিদিয়া বাবে পুথি্ভঁ্ৰালৰ অধ্যক্ষই পঞ্চাশ টকা জৰিমণা ভৰালে
समानार्थी : ভৰোৱা