सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো ভয়েৰে ভৰি আছে
उदाहरणे : ভয়ানক পৰিৱেশত থকাটো বিপদজনক
समानार्थी : ভীতিজনক, ভীষণ, ভয়ংকৰ, ভয়াবহ, শংকাজনক
अर्थ : যিটো দেখিবলৈ ভয় লগা:মহিষাসুৰক মাৰিবলৈ মা কালীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল
उदाहरणे :
समानार्थी : বিকট, ভয়ংকৰ
अर्थ : প্রয়োজনতকৈ অধিক
उदाहरणे : অত্যধিক বাৰিষাৰ কাৰণে জন-জীৱন স্তব্ধ হৈ পৰিল
समानार्थी : অত্যধিক, ভীষণ, ভয়ংকৰ
स्थापित करा