सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : মুখৰ সহায়ত খাদ্য আদি পেটলৈ লৈ যোৱা কার্য
उदाहरणे : লʼৰাজনৰ ভাত খোৱা হʼল বেমাৰীজনে ঔষধটো গিলিলে
समानार्थी : আহাৰ কৰা, খোৱা, গিলা, ভক্ষণ কৰা
अर्थ : ততাতৈয়াকৈ খোৱা কার্য
उदाहरणे : বাঘটোৱে শহাপহুটো ভক্ষণ কৰিলে
समानार्थी : ভক্ষণ কৰা
अर्थ : বাহি থোৱা ভোজন গ্রহণ কৰা
उदाहरणे : কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল
समानार्थी : খোৱা
स्थापित करा