सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : প্রাণবায়ু উৰি যোৱা শৰীৰ
उदाहरणे : মৃত্যুৰ পিছত শৱ মাটিৰ সৈতে মিলি যায়
समानार्थी : মৃতদেহ, মৰা শ, মৰাশ, লাচ, শ, শৱ, শৱ দেহ
अर्थ : নদী পাৰ হʼবৰ কাৰণে কাঠৰ পাত আদি একেলগে বান্ধি নাৱৰ দৰে ব্যৱহাৰ কৰা যতন
उदाहरणे : আমি ভূৰেৰে নদী পাৰ হʼলো
समानार्थी : ভূৰ
स्थापित करा