सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ ভেদন কৰিব পৰা যায়
उदाहरणे : চিকাৰীৰ বাণত ভেদ্য পক্ষীটো মাটিত আহি পৰিল
समानार्थी : ভেদনীয়
अर्थ : যিটো ভেদ কৰা বা ছেদ কৰা হৈছে
उदाहरणे : তেওঁ ভেদক নিচানটোত বাৰে বাৰে ভেদ কৰি আছে
समानार्थी : ভেদক, ভেদিত
अर्थ : যাক ভেদ কৰিব পাৰি
उदाहरणे : এইটো ভেদ্য দুর্গ
स्थापित करा