अर्थ : আনন্দ পাওঁতে অনুভৱ হোৱা
उदाहरणे :
এই দৃশ্যটো মোৰ ভাল লাগিছে
समानार्थी : মন ভুলোৱা, মনঃপুত হোৱা, সুখপ্রদ লগা
अर्थ : ৰুচিৰ অনুকূল হোৱা
उदाहरणे :
আপোনাৰ সকলো বস্তুৱেই পচন্দ হʼব বুলি কোনো কথা নাই মোৰ এই কামটো ভাল লগা নাই
समानार्थी : পচন্দ হোৱা, মন লগা, মনঃপুত হোৱা, মনোমত হোৱা, ৰুচিকৰ হোৱা