सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : * লাভপ্রদ ভাবে বা লাভ হোৱাকৈ
उदाहरणे : মোৰ ব্যৱসায় ঠিকে-ঠাকে চলি আছে
समानार्थी : ঠিক-ঠাক, ঠিকে-ঠাকে, বঢ়িয়াকৈ
अर्थ : ভাল ধৰণেৰে বা যি প্রশংসাৰ যোগ্য হয়
उदाहरणे : আজি শচীনে ভাল খেলিলে
समानार्थी : বঢ়িয়া, ভাল
अर्थ : * দুখ নোপোৱাকৈ বা আহত নোহোৱাকৈ
उदाहरणे : মোৰ ধেমালিবোৰ ভালদৰে লʼব
समानार्थी : ভালধৰণে
अर्थ : পৰিচিত ৰূপত
उदाहरणे : মই মহেশক ভালদৰে জানোঁ
अर्थ : * সাবধানে বা শিষ্টাচাৰৰ সৈতে
उदाहरणे : আপোনাৰ লʼৰাটোৱে মোৰ লগত ভালদৰে কথা পাতিলে
स्थापित करा