सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : অনুভব আৰু স্মৃতিৰে মনত জন্মা কোনো ভাব
उदाहरणे : নিজৰ ভাব অনুসৰি মানুহে আচৰণ কৰে
समानार्थी : খিয়াল, খেয়াল, ভাবনা, মনোভাব
अर्थ : মনত উদয় হোৱা ভাব বা কোনো বিচাৰ
उदाहरणे : মনোভাবৰ ওপৰত নিয়ন্ত্রণ ৰখাটো কঠিন মনলৈ বিভিন্ন ধৰণৰ ভাব আহে
समानार्थी : মনোভাব, মনোভাবনা, মানসিক ভাব
स्थापित करा