सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ
उदाहरणे : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে
समानार्थी : কোষ, কোষাগাৰ, ভঁৰ্াল, ভঁৰ্াল ঘৰ
अर्थ : বহুত ধন থকা কোষ বা স্থান
उदाहरणे : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল
समानार्थी : কোষ, কোষাগাৰ, খাজানা
अर्थ : সঞ্চিত ধন, জ্ঞান আদি
उदाहरणे : ককাদেউতা এটা চলমান জ্ঞানৰ ভাণ্ডাৰ
समानार्थी : কোষ, খাজানা, নিধি
अर्थ : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে
उदाहरणे :
समानार्थी : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম
अर्थ : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ
उदाहरणे : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল
समानार्थी : ভঁ্ৰাল, সাগৰ
स्थापित करा