पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ভাগ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ভাগ   বিশেষ্য

अर्थ : সমষ্টি বা সমূহৰ কোনো অংশ

उदाहरणे : ইয়াৰ মাজ ভাগ কিছু শকত

समानार्थी : অংশ

अर्थ : কম্পিউটাৰ চায়েন্সত এক বা একাধিক সংকেতৰ সমূহ যʼত তথ্য সু-শৃংখলিতভাৱে থাকে

उदाहरणे : কম্পিউটাৰে আজিৰ তাৰিখটোক দিন,মাহ আৰু বছৰ এই তিনিটা ক্ষেত্রত দেখুৱায়

समानार्थी : ক্ষেত্র

अर्थ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

उदाहरणे : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

समानार्थी : অংগ, অংশ, খণ্ড, টুকুৰা, বিভাগ

अर्थ : কোনো কামত সন্মিলিত হোৱা কার্য

उदाहरणे : তেওঁ খেল প্রতিযোগিতাত ভাগ নলয়

समानार्थी : অংশগ্রহণ

अर्थ : কোনো সম্পত্তি বা তাৰ পৰা হোৱা আয়ৰ ভাগ বা অংশ

उदाहरणे : তেওঁ ্মোৰ অংশখিনিও ্হেঁচি থলে ইয়াত মোৰো ভাগ আছে

समानार्थी : অংশ

अर्थ : ভাগ-বাটোৱাৰাত লাভ কৰা অংশ

उदाहरणे : মই নিজৰ অংশটোও ভাইটিটোক দি দিলোঁ

समानार्थी : অংশ

अर्थ : দূৰলৈ পঠোৱা বা দূৰ কৰা কার্য

उदाहरणे : ভাগ ইয়াৰ পৰা, নহʼলে খুব মাৰ খাবি

समानार्थी : যা, যা ভাগ

अर्थ : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড

उदाहरणे : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে

समानार्थी : খণ্ড, টুকুৰা

अर्थ : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে

उदाहरणे :

समानार्थी : অংক, অধ্যায়, অনুচ্ছেদ, আধ্যা, খণ্ড, ছেদ, পাঠ

चौपाल