अर्थ : জ্বলি ছাই হোৱা বা সম্পূর্ণ ৰূপে জ্বলি যোৱা
उदाहरणे :
জুইৰ তীব্র শিখাত সন্দীপৰ ঘৰ ভস্মীভূত হৈ পৰিল
समानार्थी : ভস্ম
अर्थ : যিটো সৰি পৰি মাটিৰ সৈতে মিহলি হৈ গৈছে
उदाहरणे :
ভূমিকম্পত বহুতো ঘৰ ভস্মীভূত হৈছে