सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ খণ্ড বা টুকুৰা কৰিব পাৰি
उदाहरणे : খালী চকুৰে দেখা সকলো বস্তুৱেই খণ্ডনীয়
समानार्थी : খণ্ডনীয়
अर्थ : যাক ভাঙিব পাৰি
उदाहरणे : সীতাৰ সয়ম্বৰত ৰামে ভঞ্জনীয় ধনু দাঙি ভাঙি পেলালে
समानार्थी : ঠুনুকা, ভঙ্গুৰ, ভঞ্জনশীল
स्थापित करा